প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আমেৰিকান বৌদ্ধ পণ্ডিত তথা শিক্ষাবিদ অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে বৈঠক কৰে
পোষ্ট কৰা হৈছে:
21 JUN 2023 8:26AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ নিউয়ৰ্কত আমেৰিকান বৌদ্ধ পণ্ডিত, লেখক তথা পদ্মশ্ৰী বঁটাৰে সন্মানিত অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু অধ্যাপক থুৰমানে বিশ্বজনীন প্ৰত্যাহ্বানৰ সমাধান বিচাৰিবলৈ বৌদ্ধ প্ৰমূল্যৰ মাৰ্গদৰ্শক প্ৰকাশৰ ব্যৱহাৰ কৰাৰ ক্ষমতা সন্দৰ্ভত মত বিনিময় কৰে।
তেওঁ ভাৰতৰ বৌদ্ধৰে সংযুক্তি আৰু বৌদ্ধ ঐতিহ্যৰ সংৰক্ষণৰ বাবে ভাৰতৰ দ্বাৰা কৰি থকা প্ৰয়াসৰ ওপৰতো আলোচনা কৰে।
**********
(ৰিলিজ আই ডি : 1934442)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam