প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জবলপুৰত প্ৰাচীন কুৱা পুনৰুজ্জীৱিতকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 JUN 2023 6:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জবলপুৰত পানী সংৰক্ষণৰ স্থানীয় প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু জবলপুৰত প্ৰাচীন কুৱা পুনৰুজ্জীৱিতকৰণৰ বাবে নাগৰিকসকলৰ শলাগ লয়৷

লোকসভাৰ সাংসদ শ্ৰী ৰাকেশ সিঙৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ

“অতি প্ৰশংসনীয় প্ৰয়াস! পানী সংৰক্ষণৰ বাবে জবলপুৰত জন অংশীদাৰিত্বত এই মনোভাৱে প্ৰতিজন ব্যক্তিক প্ৰেৰণা যোগাব৷”

***


(रिलीज़ आईडी: 1934430) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam