প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰপ্ৰদেশৰ এটোৱাত স্বনিধি মহোৎসৱৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 JUN 2023 6:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ এটোৱাত স্বনিধি মহোৎসৱৰ প্ৰশংসা কৰে, য’ত প্ৰধানমন্ত্ৰীৰ স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক সৰ্বাধিক ঋণ প্ৰদান আৰু ডিজিটেল লেনদেনৰ প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা ব্যাপক অৱদানৰ বাবে কাৰ্যসূচীৰ সময়ত সন্মানিত কৰা হয়।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“এতোৱাৰ এই প্ৰচেষ্টা প্ৰশংসনীয়৷ এইধৰণৰ কাৰ্যসূচীয়ে ডিজিটেল লেনদেনৰ উদ্গনি যোগোৱা উপৰি প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত ব্যাপক অৱদান আগবঢ়োৱাসকলক সম্বৰ্ধনা জনোৱাৰ মাধ্যমো হৈ পৰিছে।”

***


(रिलीज़ आईडी: 1934423) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam