প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নমো এপৰ জৰিয়তে দেশবাসীৰ সৈতে নিৰন্তৰ সম্পৰ্ক স্থাপন কৰাটো মোৰ বাবে এক সৌভাগ্যৰ বিষয়: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 12 MAY 2023 9:37PM by PIB Guwahati

নমো এপৰ বিভিন্ন দিশ সন্দৰ্ভত সাংসদ কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ে কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:

"#NaMoApp জৰিয়তে কোটি কোটি দেশবাসীৰ সৈতে নিৰন্তৰ সম্পৰ্ক স্থাপন কৰাটো মোৰ বাবে এক সৌভাগ্যৰ বিষয়। "

****


(रिलीज़ आईडी: 1928036) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam