প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মানুহৰ চেনেহ আৰু আস্থাই মোক দেশৰ সেৱা কৰিবলৈ শক্তি প্ৰদান কৰে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
26 MAY 2023 2:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলৰ মৰম আৰু চেনেহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। তিনিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰি উভতি অহা প্ৰধানমন্ত্ৰীৰ প্ৰতি জনসাধাৰণে প্ৰদৰ্শন কৰা উৎসাহ সন্দৰ্ভত ‘নিউজ এংকৰ’ শ্ৰীমতী ৰুবিকা লিয়াকটে প্ৰকাশ কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাইছিল প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"কোটি কোটি দেশবাসীৰ মৰম আৰু বিশ্বাসেই মোক নতুন শক্তিৰে ভৰাই তোলে আৰু মোক প্ৰতি মুহূৰ্তত দেশৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে।"
******
(रिलीज़ आईडी: 1927650)
आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam