প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশৰ ধাৰৰ মেগা টেক্সটাইল পাৰ্কে প্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 21 MAY 2023 6:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মধ্যপ্ৰদেশৰ ধাৰ জিলাত নতুন মেগা টেক্সটাইল পাৰ্কে মেক ইন ইণ্ডিয়া পদক্ষেপক শক্তিশালী কৰিব আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে এই পাৰ্কখনে ৰাজ্যখনৰ বিকাশৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।

মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ "মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ এই বৃহৎ টেক্সটাইল পাৰ্কখনে কেৱল মেক ইন ইণ্ডিয়াৰ আমাৰ উদ্যোগক শক্তিশালী কৰাই নহয়, লগতে যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুবিধাৰ লগতে ৰাজ্যখনত উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিব। #PragatiKaPMMitra।"

*************************


(रिलीज़ आईडी: 1926666) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam