প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী সিদ্দাৰামাইয়া আৰু শ্ৰী ডি কে শিৱকুমাৰক শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে
प्रविष्टि तिथि:
20 MAY 2023 3:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সিদ্দাৰামাইয়া আৰু শ্ৰী ডি কে শিৱকুমাৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @siddaramaiah জী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @DKShivakumar জীক অভিনন্দন জনাইছোঁ। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল।"
****
(रिलीज़ आईडी: 1925921)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam