প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী সংগ্ৰহালয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
18 MAY 2023 3:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয় সন্দৰ্ভত এটা লেখা শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;
“কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেই লেখাটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ক স্বাধীন ভাৰতৰ ইতিহাস স্মৰণীয় কৰি তোলাৰ এক চিৰস্মৰণীয় প্ৰচেষ্টা হিচাপে অভিহিত কৰিছে।”
*****
(रिलीज़ आईडी: 1925846)
आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam