প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশা মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 MAY 2023 6:07PM by PIB Guwahati

ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়;

“ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”

***


(ৰিলিজ আই ডি : 1923701) অতিথি কক্ষ : 179