প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিমাচল দিৱসত হিমাচল প্ৰদেশৰ জনগণক শুভেচ্ছা প্রধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
15 APR 2023 10:07AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ জনগণক শুভেচ্ছা জনাইছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে:
“হিমাচল দিৱসত ইয়াৰ সকলোকে জনাইছো অনেক অনেক শুভেচ্ছা আৰু অভিনন্দন। প্রাকৃতিক সৌন্দর্য আৰু পর্যটনৰ বাবে প্রসিদ্ধ এই ৰাজ্যৰ জনগণৰ জীৱন সর্বদা সমৃদ্ধ হওক, সকলো সুস্থ থাকক, এই কামনা কৰিছো।”
**********
(ৰিলিজ আই ডি : 1921548)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam