প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মৰিচাচত চত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি স্থাপনত আনন্দিত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
01 MAY 2023 3:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাচত চত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি স্থাপনত প্ৰতিগৰাকী ভাৰতীয় আনন্দিত হোৱা বুলি প্ৰকাশ কৰিছে৷
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাৱিশৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“এয়া প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত হৈছে৷ চত্ৰপতি শিৱাজী মহাৰাজৰ চিন্তাধাৰা বিশ্বজুৰি প্ৰতিধ্বনিত হৈছে৷ প্ৰধানমন্ত্ৰী @KumarJugnauthৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক বিশেষ মাত্ৰা প্ৰদান কৰিলে৷”
***
(ৰিলিজ আই ডি : 1921546)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam