প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত বিনামূলীয়া পুথিভঁৰাল কেন্দ্ৰ স্থাপনৰ বাবে নুৰাং লাৰ্নিং ইনষ্টিটিউটৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 MAY 2023 2:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত বিনামূলীয়া পুথিভঁৰাল কেন্দ্ৰ স্থাপন কৰাৰ বাবে নুৰাং লাৰ্নিং ইনষ্টিটিউটক ভূয়সী প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজুজুৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"প্ৰশংসনীয় প্ৰচেষ্টা।"
***
(रिलीज़ आईडी: 1921288)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam