প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰামানুজাচাৰ্যক তেওঁৰ জয়ন্তীত নমন কৰে
পোষ্ট কৰা হৈছে:
25 APR 2023 4:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰামানুজাচাৰ্যক তেওঁৰ জয়ন্তীত নমন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"মই শ্ৰী ৰামানুজাচাৰ্যক তেওঁৰ জয়ন্তীত নমন কৰিছো। তেওঁৰ প্ৰবুদ্ধ বিচাৰে আজিও লাখ লাখ লোকক শক্তি আৰু জ্ঞান দিয়ে। তেওঁৰ সদায়েই আমাৰ সাংস্কৃতিক মূলৰ ওপৰত গৌৰৱ আছিল আৰু তেওঁ এখন এনেকুৱা সমাজৰ নিৰ্মাণৰ দিশতো কাম কৰিলে যি আধুনিক আৰু সামঞ্জস্যপূৰ্ণ হওক।"
******
(ৰিলিজ আই ডি : 1919716)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam