প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চিমলাত ‘চেনিটাৰী নেপকিন প্ৰকল্প’ৰ পদক্ষেপক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
22 APR 2023 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চিমলাত থকা ‘চেনিটাৰী নেপকিন প্ৰকল্প’ৰ ফলত মহিলা সৱলীকৰণ হ'ব কিয়নো ই স্বাস্থ্যৰ লগতে নিযুক্তিকো উত্সাহিত কৰিব।
সাংসদ শ্ৰী সুৰেশ কাশ্যপৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়।
"চিমলাৰ এই ‘চেনিটাৰী নেপকিন প্ৰকল্প’টো মহিলা সৱলীকৰণৰ দিশত এক প্ৰশংসনীয় পদক্ষেপ। এয়া এক খুবেই ভাল লগা কথা যে ই তেওঁলোকৰ স্বাস্থ্যৰ লগতে নিযুক্তিৰো এক মাধ্যম হৈ উঠিছে। "
***
(ৰিলিজ আই ডি : 1919438)
অতিথি কক্ষ : 110
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam