প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অক্ষয় তৃতীয়া উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 22 APR 2023 9:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়া উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"অক্ষয় তৃতীয়াৰ বহুত বহুত শুভকামনা। দান-পূণ্য আৰু মাংগলিক কাৰ্যৰ শুভাৰম্ভ পৰম্পৰাৰ সৈতে জড়িত এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক--তাৰেই কামনা কৰিছোঁ।"

*************************


(रिलीज़ आईडी: 1918931) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam