প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভগৱান পৰশুৰামৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 22 APR 2023 9:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান পৰশুৰামৰ জয়ন্তী উপলক্ষে নাগৰিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"আপোনালোক সকলোলৈ ভগৱান পৰশুৰাম জয়ন্তীৰ শুভেচ্ছা জনাইছো। মই কামনা কৰোঁ যে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সকলোৰে জীৱন সাহস, জ্ঞান আৰু বিবেকেৰে পৰিপূৰ্ণ হওক। "

***


(रिलीज़ आईडी: 1918916) आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada