প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰকৃতি সম্পৰ্কীয় উৎসৱ সতুৱান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 14 APR 2023 7:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকৃতি সম্পৰ্কীয় উৎসৱ সতুৱান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"প্ৰকৃতিৰ সৈতে সম্পৰ্কিত সতুৱান উৎসৱ উপলক্ষে আপোনালোক সকলোকে বহুত শুভকামনা জনাইছোঁ। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱে সকলোৰে জীৱনলৈ নতুন উদ্যম আৰু আনন্দ কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ।"

*************************


(ৰিলিজ আই ডি : 1916706) অতিথি কক্ষ : 144