প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মাতৃ আৰু ভগ্নীসকলৰ জীৱনত উজ্জ্বলা যোজনাৰ প্ৰভাৱক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
07 APR 2023 11:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱনত উজ্জ্বলা আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰিছে।
উজ্জ্বলা যোজনাই দেশৰ মাতৃ-ভগ্নীসকলক কেনেদৰে লাভান্বিত কৰে সেই সন্দৰ্ভত এটা ভিডিঅ' শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
‘'উজ্জ্বলাই' যিদৰে আমাৰ দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিছে আৰু তেওঁলোকক সুখেৰে আলোকিত কৰিছে, সেয়া অতি উৎসাহজনক।’
*************************
DS/TS/KG
(ৰিলিজ আই ডি : 1914818)
অতিথি কক্ষ : 134
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam