প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘কিষাণ ঋণ পত্ৰ’ই কঠোৰ শ্ৰম কৰা আমাৰ খেতিয়কসকলৰ জীৱন সহজ কৰি তুলিছে
Posted On:
06 APR 2023 11:23AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘কিষাণ ঋণ পত্ৰ’ই আমাৰ পৰিশ্ৰমী কৃষকসকলৰ জীৱন সহজ কৰি তুলিছে, আৰু ইয়াৰ মূল উদ্দেশ্যও হৈছে এয়াই।
হাতৰাছৰ সাংসদ শ্ৰী ৰাজবীৰ দিলাৰে প্ৰকাশ কৰা এলানি ‘টুইট’-ত কৃষকসকলক ‘কিষাণ ঋণ পত্ৰ’ প্ৰদানে আগবঢ়োৱা সুবিধাৰ বিষয়ে উল্লেখ কৰিছিল।
এইলানি ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;
“কিষাণ ঋণ পত্ৰই আমাৰ পৰিশ্ৰমী খেতিয়কসকলৰ জীৱন সহজ কৰি তোলা দেখি ভাল লাগিছে। এয়াইতো ইয়াৰ মূল উদ্দেশ্যও”!
*****
DS/ST/KB
(Release ID: 1914291)
Read this release in:
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam