প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক্ৰেডিট গেৰাণ্টি আঁচনিখন পুনৰ নিৰ্মাণ কৰা হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰশংসা কৰে

प्रविष्टि तिथि: 04 APR 2023 10:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঋণ গেৰাণ্টি আঁচনিৰ পুনৰ নিৰ্মাণ এমএছএমই খণ্ডক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ এক অংশ।

এক টুইট থ্ৰেডত এমএছএমইৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে জানিবলৈ দিয়ে যে এমএছই খণ্ডক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে এমএছইলৈ ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ বাবে ক্ৰেডিট গেৰাণ্টি আঁচনিখন অধিক পুনৰ নিৰ্মাণ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা এলানি টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"এমএছএমই খণ্ডক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ এয়া এক অংশ।"

****

DS/ST/MM


(रिलीज़ आईडी: 1914252) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam