প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাম নৱমীত ৰাইজক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
Posted On:
30 MAR 2023 9:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমীৰ শুভ উপলক্ষত সকলোকে শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান ৰামচন্দ্ৰৰ জীৱনে যুগে-যুগে প্ৰেৰণা যোগাই থাকিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"ৰাম নৱমীৰ শুভক্ষণত সমূহ দেশবাসীলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ত্যাগ, তপস্যা, সংযম আৰু সংকল্প আধাৰিত মৰ্য্যাদা পুৰুষোত্তম ভগৱান ৰামচন্দ্ৰৰ জীৱনে যুগে-যুগে মানৱ জাতিক প্ৰেৰণা যোগাই থাকিব।"
***
DS/AK/SB
(Release ID: 1912485)
Read this release in:
Bengali
,
Gujarati
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam