প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত ৭৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰ সফলতা অৰ্জনৰ বাবে ভাৰতৰ জনতাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 MAR 2023 4:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত ৭৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰ সফলতা অৰ্জনৰ বাবে ভাৰতৰ জনতাক প্ৰশংসা কৰিছে৷
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত ৭৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰ সফলতা অৰ্জনৰ সন্দৰ্ভত অৱগত কৰি লিখা এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“এই সফলতাৰ ভাৰতৰ জনতাক প্ৰশংসা কৰিছো৷
এই মনোভাৱে অনাগত দিনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব৷”
***
DS/AK/DB
(रिलीज़ आईडी: 1912168)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam