প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ কৃতিত্বই আমাক অমৃত কালৰ সপোন বাস্তৱায়িত কৰিবলৈ আত্মবিশ্বাস দিয়েঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 MAR 2023 8:29PM by PIB Guwahati
ভাৰতীয় মহিলাসকলৰ সাফল্যৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই কৃতিত্ব নাৰী শক্তিৰ আত্মবিশ্বাসৰ ফল। এই কৃতিত্বই আমাক অমৃত কালৰ সংকল্প বাস্তৱায়িত কৰাৰ আশ্বাস দিয়ে বুলিও তেওঁ কয়।
কেন্দ্রীয় মন্ত্রী ৰাওচাহেব পাটিল দানভেই বন্দে ভাৰত এক্সপ্রেছৰ প্রথমগৰাকী মহিলা লোকো পাইলট হিচাপে নিযুক্তি লাভ কৰা শ্রীমতী সুৰেখা যাদৱ সন্দর্ভত কৰা এক টুইটৰ প্রধানমন্ত্রীয়ে উত্তৰ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"এয়াই হৈছে নতুন ভাৰতৰ নাৰী শক্তিৰ আস্থা! আজি যি কৃতিত্ব মহিলাসকলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে লাভ কৰি আছে, সিয়ে অমৃতকালত দেশৰ সংকল্পসমূহ বাস্তৱায়িত হোৱাৰ আশ্বাস দিয়ে।"
**********
DS/SK/MS
(रिलीज़ आईडी: 1907884)
आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam