প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সীতাপুৰৰ সাংসদ ৰাজেশ বাৰ্মাই স্বচ্ছতাৰ প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Posted On: 22 FEB 2023 10:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীতাপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজেশ ভাৰ্মাই স্বচ্ছতা সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।

সীতাপুৰৰ সাংসদৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“মই নিশ্চিত যে ইয়াৰ দ্বাৰা মানুহৰ মাজত চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ সজাগতা বৃদ্ধি পাব। ইয়াৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবেও তেওঁলোক অনুপ্ৰাণিত হ’ব।”

******

DS/ST/MS



(Release ID: 1902387) Visitor Counter : 95