প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শীঘ্ৰে মুকলি হ’বলগীয়া বিমানবন্দৰৰ বাবে মধ্যপ্ৰদেশৰ ৰেৱাবাসীলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

प्रविष्टि तिथि: 16 FEB 2023 12:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে মুকলি হ’বলগীয়া বিমানবন্দৰৰ বাবে মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে এই বিমানবন্দৰ নিৰ্মাণৰ লগে লগে ৰেৱা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণৰ জীৱন-যাপনৰ মান উন্নত হ’ব।

ৰেৱাৰ সাংসদ জনাৰ্দন মিশ্ৰৰ এটা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“বহুত বহুত অভিনন্দন। এই বিমানবন্দৰ নিৰ্মাণৰ লগে লগে ৰেৱা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণৰ জীৱন-যাপন অধিক সূচল হ’ব আৰু উন্নয়নৰ দ্ৰুত গতিৰ সৈতে তেওঁলোক জড়িত হ’ব।”

***

DS/ST/MS


(रिलीज़ आईडी: 1900887) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam