প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্য পৰিবহণৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে দক্ষিণ কেন্দ্ৰীয় ৰেলৱেক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 FEB 2023 10:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ কেন্দ্ৰীয় ৰেলৱেক আৰম্ভণিৰেপৰা সৰ্বাধিক পণ্য পৰিবহণৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে প্ৰশংসা কৰে।
দক্ষিণ কেন্দ্ৰীয় ৰেলৱেৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“ভাল ট্ৰেণ্ড! একেদৰে অৰ্থনৈতিক বিকাশলৈয়ো শুভ সংকেত।”
***
DS/ST/SB
(ৰিলিজ আই ডি : 1899827)
অতিথি কক্ষ : 142
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam