প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুণ্য তিথিত ৰাজঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 JAN 2023 4:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত ৰাজঘাটত পুণ্য তিথি উপলক্ষে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“ৰাজঘাটত বাপুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো।”

***

DS/ST/SB


(रिलीज़ आईडी: 1895983) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam