প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
29 JAN 2023 8:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা সংস্কৃতি মন্ত্ৰালয়ৰ বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে।
সংস্কৃতি মন্ত্ৰালয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰিবলৈ ২৭-৩০ জানুৱাৰী ২০২৩ৰ পৰা বিতস্তা কাৰ্যসূচীৰ আয়োজন কৰিছে। 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ ভাবনাৰ প্ৰতীক এই কাৰ্যসূচীৰ জৰিয়তে কাশ্মীৰৰ ঐতিহাসিক পৰিচয় আন ৰাজ্যসমূহৰ মাজত দাঙি ধৰা হৈছে।
অমৃত মহোৎসৱৰ এক টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
‘কাশ্মীৰৰ সমৃদ্ধ ঐতিহ্য, বৈচিত্ৰ্য আৰু বৈশিষ্টৰ পৰিচয় কৰোৱাৰ বাবে এক সুন্দৰ প্ৰয়াস কৰা হৈছে।’
***
DS/ST/KG
(ৰিলিজ আই ডি : 1895267)
অতিথি কক্ষ : 176
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam