প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ জনসাধাৰণক 'উত্তৰ প্ৰদেশ দিৱস'ৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
24 JAN 2023 10:25AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ দিৱসৰ দিনা উত্তৰ প্ৰদেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"উত্তৰ প্ৰদেশ দিৱসত উত্তৰ প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা। যোৱা কেইবছৰমানত, ৰাজ্যখনৰ উন্নয়নে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উত্তৰ প্ৰদেশৰ মানুহে বহুতো ক্ষেত্ৰত এক উদাহৰণ স্থাপন কৰিছে। দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এই ৰাজ্যখনে সমৃদ্ধি অব্যাহত ৰাখিব বিচাৰে বুলি মই কামনা কৰিছো।"
***
DS/TS
(ৰিলিজ আই ডি : 1894082)
অতিথি কক্ষ : 148
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam