প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক ইয়াৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছাপ্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
19 JAN 2023 11:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"@NDRFHQ ৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা। তেওঁলোকে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিত মানুহক সহায় কৰি প্ৰশংসনীয় কাম কৰি আছে। তেওঁলোকৰ সাহসিকতা প্ৰশংসনীয়। ভাৰতে দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী শক্তিশালী কৰাৰ বাবে কেইবাটাও প্ৰচেষ্টা চলাই আহিছে, যাৰ ভিতৰত আছে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি নিৰ্মাণ। "
***
DS/SH
(ৰিলিজ আই ডি : 1893540)
অতিথি কক্ষ : 163
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam