প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভোগী উপলক্ষে ৰাইজক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 JAN 2023 10:45AM by PIB Guwahati

ভোগী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভোগীলৈ শুভেচ্ছা। সকলোৰে সুখ আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো।"

***

DS/SH/MS


(ৰিলিজ আই ডি : 1892168) অতিথি কক্ষ : 139