প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজমাতা জিজাউক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
পোষ্ট কৰা হৈছে:
12 JAN 2023 7:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা জিজাউক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু কৈছে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ দৰে মহান ব্যক্তিৰ মাৰ্গদৰ্শন কৰাৰ বাবে তেওঁৰ নাম সদায়েই আমাৰ ইতিহাসৰ এটা অংশ হৈ থাকিব।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"राजमाता जिजाऊ म्हणजे धैर्याचे दुसरे नाव. नारी शक्तीचे दर्शन जिजाऊंमधून होते. छत्रपती शिवाजी महाराजांना घडवणाऱ्या मार्गदर्शक म्हणून त्यांचे नाव आपल्या इतिहासात नेहमीच जोडले जाईल. त्यांनी कायमच लोकांच्या कल्याणासाठी काम केले. त्यांच्या जयंतीनिमित्त त्यांना अभिवादन."
***
DS/SH
(ৰিলিজ আই ডি : 1891376)
অতিথি কক্ষ : 223
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam