প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰীক্ষাৰ্থীসকললৈ পৰামৰ্শ আৰু পৰীক্ষা পে চৰ্চাত সক্ৰিয় অংশগ্ৰহণৰ বাবে আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 JAN 2023 10:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নবোদয় বিদ্যালয় সমিতিৰ (এনভিএছ) এটা টুইটৰ উত্তৰ দিছে, য'ত উৰিষ্যাৰ জেএনভি ঢেঙ্কানালৰ এগৰাকী ছাত্ৰী কুমাৰী শিৱাংগীয়ে পৰীক্ষ পে চৰ্চা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিছে।
এনভিএছৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে কয়:
"পৰীক্ষাৰ চাপ উপশম কৰাৰ উপায়ৰ ওপৰত মই #ExamWarriors পৰা বহুতো আকৰ্ষণীয় পৰামৰ্শ লাভ কৰিছো। সমগ্ৰ ভাৰতৰ পৰা এনে ধৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখি মই সুখী।"
***
DS/ST
(रिलीज़ आईडी: 1890700)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam