ভুবিজ্ঞান মন্ত্ৰালয়

৮ নৱেম্বৰ ২০২২, ১৭ কাতি ১৯৪৪শক সংবত্ মঙলবাৰে পূৰ্ণ গ্ৰাস চন্দ্ৰ গ্ৰহণ

Posted On: 06 NOV 2022 12:10PM by PIB Guwahati

৮ নৱেম্বৰ, ২০২২( ১৯৪৪ শক সংবত্ৰ ১৭ কাতি)ত পূৰ্ণ গ্ৰাস চন্দ্ৰগ্ৰহণ সংঘটিত হ’ব। চন্দ্ৰোদয়ৰ সময়ত এই গ্ৰহণ ভাৰতৰ সকলো স্থানৰ পৰাই দেখিবলৈ পোৱা যাব। অৱশ্যে গ্ৰহণৰ আংশিক অথবা পূৰ্ণাৱস্থা ভাৰতৰ কোনো স্থানৰ পৰাই দেখা পোৱা নাযাব, কিয়নো এই ঘটনা ভাৰতত চন্দ্ৰোদয়ৰ আগতেই আৰম্ভ হৈ যাব। গ্ৰহণৰ পূৰ্ণাৱস্থা আৰু আংশিক অৱস্থা দুয়োটাৰে শেহছোৱা দেশৰ পূব অংশৰ পৰা দেখিবলৈ পোৱা যাব। দেশৰ বাকী অংশৰ পৰা গ্ৰহণৰ আংশিক  অৱস্থাৰ কেৱল সামৰণিছোৱাহে দেখিবলৈ পোৱা যাব।

দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, অষ্টোলিয়া, এছিয়া, উত্তৰ আটালাণ্টিক মহাসাগৰ তথা প্ৰশান্ত মহাসাগৰীয় অঞ্চলত গ্ৰহণ দেখিবলৈ  পোৱা যাব।

ভাৰতীয় মান সময় অনুসৰি ঘণ্টা১৪.৩৯মিনিটত গ্ৰহণ আৰম্ভ হ’ব, যাৰ পূৰ্ণাৱস্থা ভাৰতীয় মান সময় অনুসৰি ঘণ্টা১৫.৪৬মিনিটত আৰম্ভ হ’ব। গ্ৰহণৰ পূৰ্ণাৱস্থাৰ সামৰণি ভাৰতীয় মান সময় অনুসৰি ঘণ্টা১৭.১২মিনিটত হ’ব তথা আংশিক অৱস্থাৰ সামৰণি ভাৰতীয় মান সময় অনুসৰি ঘণ্টা১৮.১৯মিনিটত হ’ব।

দেশৰ পূব ভাগত অৱস্থিত চহৰসমূহ যথা- কলকাতা আৰু গুৱাহাটীত চন্দ্ৰোদয়ৰ সময়ত গ্ৰহণৰ পূৰ্ণাৱস্থা চলি থাকিব। কলকাতাত চন্দ্ৰোদয়ৰ সময়ৰ পৰা পূৰ্ণাৱস্থাৰ সামৰণি পৰ্যন্ত সময়ছোৱাৰ দৈৰ্ঘ্য হ’ব ২০ মিনিট আৰু চন্দ্ৰোদয়ৰ সময়ৰ পৰা গ্ৰহণৰ আংশিক অৱস্থাৰ সামৰণি পৰ্যন্ত সময়ছোৱা হ’ব ১ ঘণ্টা ২৭ মিনিটৰ। গুৱাহাটীত চন্দ্ৰোদয়ৰ সময়ৰ পৰা পূৰ্ণাৱস্থাৰ সামৰণি পৰ্যন্ত সময়কাল হ’ব ৩৮ মিনিটৰ, অৱশ্যে ইয়াত চন্দ্ৰোদয়ৰ সময়ৰ পৰা গ্ৰহণৰ আংশিক অৱস্থাৰ সামৰণি পৰ্যন্ত সময়কাল হ’ব ১ ঘণ্টা ৪৫ মিনিটৰ।

সেইদৰে আন চহৰসমূহৰ দিল্লী, মুম্বাই, চেন্নাই আৰু বেংগালুৰুত পূৰ্ণাৱস্থাৰ সামৰণিৰ পিচত চন্দ্ৰোদয় হ’ব আৰু সেই সময় আংশিক গ্ৰহণ চলি থাকিব পাৰে, তথা উপৰিউক্ত চহৰসমূহত চন্দ্ৰোদয়ৰ সময়ৰ পৰা গ্ৰহণৰ আংশিক অৱস্থাৰ অন্ত পৰ্যন্ত সময়কাল ক্ৰমে ৫০মিনিট, ১৮মিনিট, ৪০মিনিট আৰু ২৯মিনিট পৰ্যন্ত হ’ব।

ভাৰতত দৃশ্যমান হ’ব লগা পৰৱৰ্তি চন্দ্ৰ গ্ৰহণ ২০২৩ চনৰ ২৮ অক্টোবৰত সংঘটিত হ’ব, যিটো আংশিক চন্দ্ৰ গ্ৰহণ হ’ব। ভাৰতত দৃশ্যমান হোৱা ইয়াৰ আগৰ চন্দ্ৰগ্ৰহণটো হৈছিল ২০২১চনৰ ১৯ নৱেম্বৰত, আৰু ই আংশিক চন্দ্ৰগ্ৰহণ আছিল। চন্দ্ৰগ্ৰহণ পূৰ্ণিমাত সংঘটিত হয়, যেতিয়া পৃথিৱীয়ে সূৰ্য আৰু চন্দ্ৰৰ মাজত থাকিব আৰু এই তিনিটাই একেডাল সৰলৰেখাতে অৱস্থান গ্ৰহণ কৰে। পূৰ্ণ চন্দ্ৰগ্ৰহণ তেতিয়া সংঘটিত হয় যেতিয়া চন্দ্ৰ সম্পূৰ্ণ ভাবে পৃথিৱীৰ প্ৰচ্ছায়াৰে আবৃত হৈ যায় আৰু আংশিক চন্দ্ৰ গ্ৰহণ তেতিয়া সংঘটিত হয় যেতিয়া চন্দ্ৰৰ এটা অংশ পৃথিৱীৰ প্ৰচ্ছায়াৰে ঢাক খাই যায়। ভাৰতৰ কিছুমান স্থানৰ গ্ৰহণ স্থানীয় সম্পৰ্কীয় পৰিস্থিতিসমূহৰ এক তালিকা তলত উল্লেখ কৰা হ’ল-

 (উত্স: জিশ্যনেল এষ্ট্ৰনমী ছেণ্টাৰ, কলকাতা; ভাৰতীয় বতৰ বিজ্ঞান বিভাগ)

পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণ, ৮ নৱেম্বৰ, ২০২২

 

চন্দ্ৰগ্ৰহণৰ বিভিন্ন পৰ্যায় দৃশ্যমান হ’ব  লগা ভাৰতৰ কেতবোৰ স্থান

স্থান

চন্দ্ৰোদয়ৰ সময় (ভাৰতীয় মান সময়)

১৪ঘণ্টা৩৯মিনিটতআংশিক গ্ৰহণ আৰম্ভ হোৱাৰ(ভাৰতীয় মান সময়)

১৫ঘণ্টা ৪৬ মিনিটতপূৰ্ণগ্ৰাস আৰম্ভ(ভাৰতীয় মান সময়)

১৭ঘণ্টা ১২মিনিটত

পূৰ্ণাগ্ৰাসৰ সামৰণি(ভাৰতীয় মান সময়)

১৮ঘণ্টা ১৯মিনিটত  গ্ৰহণৰ সামৰণি

(ভাৰতীয় মান সময়)

গ্ৰহণৰ সময়কাল

(চন্দ্ৰোদয়ৰ পৰা

গ্ৰহণৰ সামৰণি পৰ্যন্ত সময়কাল)

 

ঘ মি

ঘ মি

ঘ মি

ঘ মি

ঘ মি

ঘ মি

আগৰতালা

16 38

গ্ৰহণৰ আংশিক  ভাৰতৰ কোনো স্থানৰ পৰাই দেখা পোৱা নাযাব কিয়নো এই ঘটনা ভাৰতত চন্দ্ৰোদয়ৰ আগতেই আৰম্ভ হৈ যাব

গ্ৰহণৰ  পূৰ্ণাৱস্থা ভাৰতৰ কোনো স্থানৰ পৰাই দেখা পোৱা নাযাব কিয়নো এই ঘটনা ভাৰতত চন্দ্ৰোদয়ৰ আগতেই আৰম্ভ হৈ যাব

দৃশ্যমান

দৃশ্যমান

1 41

আহমেদাবাদ

17 56

*

দৃশ্যমান

0 23

আইজাল

16 32

দৃশ্যমান

দৃশ্যমান

1 47

আজমেৰA

17 43

*

দৃশ্যমান

0 36

এলাহাবাদ

17 15

*

দৃশ্যমান

1 04

অমৃতসৰ

17 33

*

দৃশ্যমান

0 46

বাংগালোৰ

17 50

*

দৃশ্যমান

0 29

ভাগলপুৰ

16 54

দৃশ্যমান

দৃশ্যমান

1 25

ভোপাল

17 36

*

দৃশ্যমান

0 43

ভুৱনেশ্বৰ

17 06

দৃশ্যমান

দৃশ্যমান

1 13

কেন্নানোৰ

18 01

*

দৃশ্যমান

0 18

চণ্ডিগড়

17 23

*

দৃশ্যমান

0 56

চেন্নাই

17 39

*

দৃশ্যমান

0 40

কোচিন

17 59

*

দৃশ্যমান

0 20

কোচবিহাৰ

16 42

দৃশ্যমান

দৃশ্যমান

1 37

কটক

17 05

দৃশ্যমান

দৃশ্যমান

1 14

দাৰ্জিলিং

16 46

দৃশ্যমান

দৃশ্যমান

1 33

ডেৰাডুন

17 22

*

দৃশ্যমান

0 57

দিল্লী

17 29

*

দৃশ্যমান

0 50

ডিব্ৰুগড়

16 17

দৃশ্যমান

দৃশ্যমান

2 02

দ্বাৰকা

18 12

*

দৃশ্যমান

0 07

গান্ধীনগৰ

17 55

*

দৃশ্যমান

0 24

গেংটক

16 44

দৃশ্যমান

দৃশ্যমান

1 35

গুৱাহাটী

16 34

দৃশ্যমান

দৃশ্যমান

1 45

গয়া

17 03

দৃশ্যমান

দৃশ্যমান

1 16

হৰিদ্বাৰ

17 21

*

দৃশ্যমান

0 58

হাজাৰিবাগ

17 02

দৃশ্যমান

দৃশ্যমান

1 17

হুবলি

17 55

*

দৃশ্যমান

0 24

হায়দৰাবাদ

17 40

*

দৃশ্যমান

0 39

ইম্ফল

16 26

দৃশ্যমান

দৃশ্যমান

1 53

ইটানগৰ

16 24

দৃশ্যমান

দৃশ্যমান

1 55

জয়পুৰ

17 37

*

দৃশ্যমান

0 42

জলন্ধৰ

17 28

*

দৃশ্যমান

0 51

জম্মু

17 31

*

দৃশ্যমান

0 48

কন্যাকুমাৰী

17 57

*

দৃশ্যমান

0 22

কৱালুৰ

17 42

*

দৃশ্যমান

0 37

কাৱৰত্তি

18 11

*

দৃশ্যমান

0 08

কহিমা

16 24

দৃশ্যমান

দৃশ্যমান

1 55

কোলহাপুৰ

17 59

*

দৃশ্যমান

0 20

কলকাতা

16 52

দৃশ্যমান

দৃশ্যমান

1 27

কৰাপুত

17 21

*

দৃশ্যমান

0 58

কোজিকোড়ে

17 59

*

দৃশ্যমান

0 20

*অনুৰূপ পৰিঘটনাৰ পিচত চন্দ্ৰ উদয় হোৱাৰ ইংগিত দিছে(অৰ্থাত্ সংশ্লিষ্ট পৰিঘটনাটি দৃস্যমান নহব)

 

উত্স: পজিশ্যনেল এষ্ট্ৰনমী ছেণ্টাৰ, কলকাতা; ভাৰতীয় বতৰ বিজ্ঞান বিভাগ

পৃথিৱী বিজ্ঞান মন্ত্ৰালয়, ভাৰত চৰকাৰ

PHASES OF ECLIPSE VISIBLE FROM CERTAIN PLACES OF INDIA

নগাঁও

17 25

   

*

দৃশ্যমান

0 54

পানাজী

17 59

*

দৃশ্যমান

0 20

পাটনা

17 01

দৃশ্যমান

দৃশ্যমান

1 18

পণ্ডিচেৰী

17 42

*

দৃশ্যমান

0 37

পুনে

17 58

*

দৃশ্যমান

0 21

পৰ্ট ব্লেয়াৰ

16 49

দৃশ্যমান

দৃশ্যমান

1 30

পুৰী

17 07

দৃশ্যমান

দৃশ্যমান

1 12

ৰাইপুৰ

17 22

*

দৃশ্যমান

0 57

ৰাজামুন্দ্ৰী

17 25

*

দৃশ্যমান

0 54

ৰাজকোত

18 05

*

দৃশ্যমান

0 14

ৰাঁচী

17 03

দৃশ্যমান

দৃশ্যমান

1 16

সম্বলপুৰ

17 12

*

দৃশ্যমান

1 07

শ্বিলং

16 33

দৃশ্যমান

দৃশ্যমান

1 46

চিমলা

17 24

*

দৃশ্যমান

0 55

শিৱসাগৰ

16 20

দৃশ্যমান

দৃশ্যমান

1 59

শিলচৰ

16 31

দৃশ্যমান

দৃশ্যমান

1 48

শিলিগুৰি

16 46

দৃশ্যমান

দৃশ্যমান

1 33

চিলভাছা

17 58

*

দৃশ্যমান

0 21

শ্ৰীনগৰ

17 29

*

দৃশ্যমান

0 50

শৃংগাৰী

17 57

*

দৃশ্যমান

0 22

তামেলং

16 25

দৃশ্যমান

দৃশ্যমান

1 54

থঞ্জাৱুৰ

17 46

*

দৃশ্যমান

0 33

তিৰুৱন্তপুৰম

17 58

*

দৃশ্যমান

0 21

ত্ৰিচুৰ

17 57

*

দৃশ্যমান

0 22

উদয়পুৰ

17 49

*

দৃশ্যমান

0 30

উজ্জৈইনী

17 43

*

দৃশ্যমান

0 36

বদোদৰা

17 54

*

দৃশ্যমান

0 25

বাৰনসী

17 10

দৃশ্যমান

দৃশ্যমান

1 09

বিজয়ৱাৰা

17 33

*

দৃশ্যমান

0 46

স্থান

চন্দ্ৰোদয়

ভাৰতীয় মান সময়

১৪ঘণ্টা৩৯মিনিটতআংশিক গ্ৰহণ আৰম্ভ হোৱাৰ(ভাৰতীয় মান সময়)

১৫ঘণ্টা ৪৬ মিনিটতপূৰ্ণগ্ৰাস আৰম্ভ(ভাৰতীয় মান সময়

১৭ঘণ্টা ১২মিনিটত

পূৰ্ণাগ্ৰাসৰ সামৰণি(ভাৰতীয় মান সময়)

১৮ঘণ্টা ১৯মিনিটত  গ্ৰহণৰ সামৰণি

(ভাৰতীয় মান সময়)

গ্ৰহণৰ সময়কাল

(চন্দ্ৰোদয়ৰ পৰা

গ্ৰহণৰ সামৰণি পৰ্যন্ত সময়কাল)

 

 

ঘ মি

ঘ মি

ঘ মি

ঘ মি

ঘ মি

ঘ মি

লক্ষ্নৌ

17 16

 

গ্ৰহণৰ আংশিক  ভাৰতৰ কোনো স্থানৰ পৰাই দেখা পোৱা নাযাব কিয়নো এই ঘটনা ভাৰতত চন্দ্ৰোদয়ৰ আগতেই আৰম্ভ হৈ যাব

 

গ্ৰহণৰ  পূৰ্ণাৱস্থা ভাৰতৰ কোনো স্থানৰ পৰাই দেখা পোৱা নাযাব কিয়নো এই ঘটনা ভাৰতত চন্দ্ৰোদয়ৰ আগতেই আৰম্ভ হৈ যাব

*

দৃশ্যমান

1 03

মাদুৰাই

17 52

*

দৃশ্যমান

0 27

মাংগালোৰ

18 01

*

দৃশ্যমান

0 18

মিদনাপুৰ

16 57

দৃশ্যমান

দৃশ্যমান

1 22

মাউণ্ট আবু

17 53

*

দৃশ্যমান

0 26

মুম্বাই

18 01

*

দৃশ্যমান

0 18

মুৰ্শ্বিদাবাদ

16 49

দৃশ্যমান

দৃশ্যমান

1 30

মুজাফৰপুৰ

16 59

দৃশ্যমান

দৃশ্যমান

1 20

মহীশূৰ

17 54

*

দৃশ্যমান

0 25

নাগপুৰ

17 32

*

দৃশ্যমান

0 47

Nalgonda

17 37

*

Visible

0 42

Nasik

17 56

*

Visible

0 23

Nellore

17 38

*

Visible

0 41

Nowgong

17 25

*

Visible

0 54

Panaji

17 59

*

Visible

0 20

Patna

17 01

Visible

Visible

1 18

Pondicherry

17 42

*

Visible

0 37

Pune

17 58

*

Visible

0 21

Port Blair

16 49

Visible

Visible

1 30

Puri

17 07

Visible

Visible

1 12

Raipur

17 22

*

Visible

0 57

Rajamundry

17 25

*

Visible

0 54

Rajkot

18 05

*

Visible

0 14

Ranchi

17 03

Visible

Visible

1 16

Sambalpur

17 12

*

Visible

1 07

Shillong

16 33

Visible

Visible

1 46

Shimla

17 24

*

Visible

0 55

Sibsagar

16 20

Visible

Visible

1 59

Silchar

16 31

Visible

Visible

1 48

Siliguri

16 46

Visible

Visible

1 33

Silvassa

17 58

*

Visible

0 21

Srinagar

17 29

*

Visible

0 50

Sringeri

17 57

*

Visible

0 22

Tamelong

16 25

Visible

Visible

1 54

Thanjavur

17 46

*

Visible

0 33

Thiruvanantapuram

17 58

*

Visible

0 21

Trichur

17 57

*

Visible

0 22

Udaipur

17 49

*

Visible

0 30

Ujjain

17 43

*

Visible

0 36

Vadodara

17 54

*

Visible

0 25

Varanasi

17 10

Visible

Visible

1 09

Vijayawada

17 33

*

Visible

0 46



(Release ID: 1874201) Visitor Counter : 245