প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহা নৱমীত মা সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2022 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ মহা নৱমীৰ দিনা মা সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা কৰি সকলোৱে জীৱনত সফলতা লাভৰ বাবে আশীৰ্বাদ কামনা কৰে। শ্ৰী মোদীয়ে লগতে মা সিদ্ধিদাত্ৰীৰ প্ৰাৰ্থনা (স্তুতি) ৰ পাঠ শ্বেয়াৰ কৰে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"বিশ্বকর্তৃ বিশ্বভর্তৃ বিশ্বহর্তৃ বিশ্বপ্রীতা।

বিশ্বার্চিতা বিশ্বাতীতা সিদ্ধিদাত্রী নমস্তু তে॥

নৱৰাত্ৰিৰ মহানৱমীত মায়ে সিদ্ধিদাত্ৰীৰ ৰূপ ধাৰণ কৰে। তেখেতৰ কৃপাই আপোনালোক আটাইকে কৰ্তব্যৰ পথ অনুসৰণৰ লগতে জীৱনত সফলতা আৰু সুখ্যাতি লাভ কৰিবলৈ উদ্বুদ্ধ কৰক। আন্তৰিক শুভেচ্ছা জনালো!"

 

***

DS/ST/SB



(Release ID: 1865757) Visitor Counter : 83