প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কমনৱেল্থ গেমছত মল্লযুঁজৰ ৬২ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰা সাক্ষী মালিকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 05 AUG 2022 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেল্থ গেমছত মল্লযুঁজৰ ৬২ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰা সাক্ষী মালিকক অভিনন্দন জনাইছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“বাৰ্মিংহাম কমনৱেল্থ গেমছত আমাৰ খেলুৱৈসকলে একেৰাহে আমাক গৌৰৱান্বিত কৰি আহিছে৷ সাক্ষী মালিকৰ অসাধাৰণ ক্ৰীড়া প্ৰদৰ্শনত ৰোমাঞ্চিত হৈ পৰিছো৷ সন্মানীয় স্বৰ্ণ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ শক্তিশালী প্ৰতিভা আৰু উল্লেখনীয় ধৈৰ্যৰে সমৃদ্ধ৷”

***

DS/TS/AK/DB



(Release ID: 1849219) Visitor Counter : 92