প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসমৰ বিশিষ্ট লেখক অতুলানন্দ গোস্বামীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 27 JUL 2022 4:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিশিষ্ট লেখক শ্ৰী অতুলানন্দ গোস্বামী ডাঙৰীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

 

“বিশিষ্ট লেখক শ্ৰী অতুলানন্দ গোস্বামীদেৱৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে বিপুল সমাদৰ লাভ কৰিছিল আৰু ইয়াৰ বিবিধতা আৰু সংবেদনশীলতাৰ বাবে প্ৰশংসিত হৈছিল। তেওঁ ইংৰাজীত অসমীয়া সাহিত্যক জনপ্ৰিয়কৰণৰ অৰ্থে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।”

*****

DS/TS/SB


(रिलीज़ आईडी: 1845553) आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam