প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 21 JUL 2022 9:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত তেওঁ অৱদানৰ স্মৰণ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "નવસારીના સ્વાતંત્ર્યસેનાની શ્રી નરસિંહભાઇ પટેલના અવસાનથી દુઃખ અનુભવું છું. દેશની આઝાદીની લડાઈમાં તેઓનું યોગદાન સદાય અવિસ્મરણીય રહેશે. સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારને સાંત્વના.

ૐ શાંતિ: ||"

***

DS/SH/DB



(Release ID: 1844090) Visitor Counter : 103