প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোৱা মাহৰ মন কী বাত খণ্ডত মুল বিষয়বস্তুক সামৰি প্ৰস্তুত কৰা ই-বুক শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 25 JUN 2022 7:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহৰ মন কী বাত খণ্ডত মুল বিষয়বস্তুক সামৰি প্ৰস্তুত কৰা ই-বুক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে অন্তৰ্দৃষ্টিসম্পন্ন প্ৰৱন্ধ শ্বেয়াৰ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ইয়াত যোৱা মাহৰ মন কী বাত খণ্ডত মুল বিষয়বস্তুক সামৰি প্ৰস্তুত কৰা এক আকৰ্ষণীয় ই-বুক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে অন্তৰ্দৃষ্টিসম্পন্ন প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1837921) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam