প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পুণেত সন্ত টুকাৰাম জীক প্ৰাৰ্থনা জনায়
পোষ্ট কৰা হৈছে:
14 JUN 2022 2:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুণেৰ সন্ত টুকাৰামজীৰ ওচৰত প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে কয় যে সন্ত টুকাৰামৰ আদৰ্শই বহু লোকক অনুপ্ৰাণিত কৰে আৰু আমাক আনৰ সেৱা কৰিবলৈ আৰু এক সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"প্ৰধানমন্ত্ৰী @narendramodi -য়ে পুণেত সন্ত টুকাৰাম জীক প্ৰাৰ্থনা জনাইছে । সন্ত টুকাৰামৰ আদৰ্শই বহু লোকক অনুপ্ৰাণিত কৰে। তেওঁ আমাক আনৰ সেৱা কৰিবলৈ আৰু এক সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।"
***
DS/ST/MANN
(ৰিলিজ আই ডি : 1835200)
অতিথি কক্ষ : 156
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam