প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জনায়

प्रविष्टि तिथि: 08 JUN 2022 11:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰাঞ্চত অভিলেখ স্ক'ৰসহ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

এই ঐতিহাসিক সাফল্যৰ বাবে @AvaniLekhara ক অভিনন্দন। আপুনি সফলতাৰ নতুন উচ্চতাত অৱৰোহণ কৰক আৰু আনকো অনুপ্ৰেৰণা দিয়ক। মোৰ শুভকামনা থাকিল।

 

***

DS/ST/MANN


(रिलीज़ आईडी: 1832553) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam