প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ নেতৃত্বত বিকাশ আৰম্ভণিৰ পৰাই আমাৰ সৰ্বাধিক অগ্ৰাধিকাৰ হৈ আহিছে: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 01 JUN 2022 6:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত আঠ বছৰত চৰকাৰে মহিলা সশক্তিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। শ্ৰী মোদীয়ে লগতে কয় যে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নৰ ফলত আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ প্ৰগতিত যথেষ্ট অৰিহণা যোগাই ছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"যোৱা ৮ বছৰত চৰকাৰে নাৰী শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। মহিলাৰ নেতৃত্বত বিকাশক আৰম্ভণিৰে পৰা অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে, আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ উন্নতিত অৰিহণা যোগাইছে। "

 

***

DS/ST/RD


(ৰিলিজ আই ডি : 1831447) অতিথি কক্ষ : 146