প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ হাপুৰৰ ৰাসায়নিক কাৰখানাত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
04 JUN 2022 6:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাপুৰৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"উত্তৰ প্ৰদেশৰ হাপুৰৰ ৰাসায়নিক কাৰখানাত সংঘটিত দুৰ্ঘটনাটো হৃদয়বিদারক। যিসকলে ইয়াত প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। ৰাজ্য চৰকাৰে আহতসকলৰ তৎকালীন চিকিৎসা আৰু আন সকলো সম্ভৱ সহায়ত নিয়োজিত হৈ আছে: প্ৰধানমন্ত্ৰী"
***
DS/SH/MANN
(रिलीज़ आईडी: 1831285)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada