প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানপৰিষ্কাৰ ৰখাৰ ভক্তসকলৰ মনোভাৱৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
30 MAY 2022 8:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে তীৰ্থযাত্ৰীসকলৰ মাজত উপাসনাস্থলী পৰিষ্কাৰ ৰখাৰ বাবে বৰ্ধিত মনোভাৱক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ এটা টুইট থ্ৰেডৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় য'ত মুখ্যমন্ত্ৰীয়ে ‘মন কী বাত’ কাৰ্যসূচীত আমাৰ ধৰ্মীয় বিশ্বাসৰ স্থানসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি তীৰ্থস্থান পৰিষ্কাৰ কৰা ভক্তসকলৰ ঘটনাৰ বৰ্ণনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
ভক্তসকলৰ এই ভাৱনাই তীৰ্থস্থানসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰিব।
***
DS/MANN
(रिलीज़ आईडी: 1830019)
आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam