পোষ্ট কৰা হৈছে:
27 MAY 2022 9:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুজীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"পণ্ডিত জৱাহৰলাল নেহৰুজীৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।"
***
DS/SH/MS