প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউএইৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 MAY 2022 8:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক অভিনন্দন জ্ঞাপন কৰিছে৷

 

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“আবুধাবিৰ শাসক মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান ইউএইৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো৷ মোৰ দৃঢ় বিশ্বাস যে তেওঁৰ গতিশীল আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ হ’ব@MohamedBinZayed.

 

***

DS/ST/DB


(रिलीज़ आईडी: 1825648) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam