প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বসব জয়ন্তীত জগতগুৰু বসবেশ্বৰলৈ শ্ৰদ্ধাৰ্ঘ্য প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 MAY 2022 9:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বসব জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জগতগুৰু বসবেশ্বৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ২০২০ ত জগতগুৰু বসবেশ্বৰ সন্দৰ্ভত তেখেতে প্ৰদান কৰা ভাষণো শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"বসব জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জগতগুৰু বসবেশ্বৰক শ্ৰদ্ধা জনাইছো। তেওঁৰ চিন্তা আৰু আদৰ্শই সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ লোকক শক্তি যোগাই আছে। মই ২০২০ ত জগতগুৰু বসবেশ্বৰ সন্দৰ্ভত প্ৰদান কৰা ভাষণ শ্বেয়াৰ কৰিছো।"
***
DS/AK/SB
(रिलीज़ आईडी: 1824527)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam