প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জার্মানীত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ প্রধানমন্ত্রীৰ
प्रविष्टि तिथि:
03 MAY 2022 12:01AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জার্মানীৰ বার্লিনৰ থিয়েটাৰ আম পটছডেমাৰ প্লাটজত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। জার্মানীত বসবাস কৰা ছাত্র, গৱেষক আৰু বিভিন্ন বৃত্তিত জড়িত ১৬০০তকৈ অধিক প্ৰৱাসী ভাৰতীয় সদস্যই এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীয়ে জার্মানীৰ অর্থনীতি আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে৷ বিশ্বজুৰি ভাৰতীয় সামগ্ৰীৰ প্রচাৰৰ জৰিয়তে ভাৰতৰ "ভোকেল ফৰ লোকেল" প্ৰচেষ্টাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ভাৰতীয় সমূদায়ক উৎসাহ যোগায়৷
***
DS/ST/DB
(रिलीज़ आईडी: 1822549)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam