প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উগাদীৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 APR 2022 8:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উগাদী উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"উগাদীৰ এই বিশেষ শুভ ক্ষণত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

 

 ***

DS/ST/KG


(ৰিলিজ আই ডি : 1813292) অতিথি কক্ষ : 193