প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেনীয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ৰেইলা অমলো অডিংগাৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাত্

प्रविष्टि तिथि: 13 FEB 2022 10:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেনীয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ৰেইলা অমলো অডিংগাৰে মিলিত হয়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;

কেনীয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মোৰ বন্ধু মহামহিম ৰেইলা অমলো অডিংগাক আদৰিবলৈ পাই অনন্দিত হৈছো। ভাৰত আৰু কেনীয়াত হোৱা আমাৰ আগৰ কথোপকথনবোৰ মই আনন্দৰে মনত পেলাইছো।

ভাৰত আৰু কেনীয়াই এক গাঢ় দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু আমাৰ মৈত্ৰীক  আৰু সুদৃঢ় কৰাৰ প্ৰয়াসক আমি আদৰণি জনাইছো। pic.twitter.com/vz39ij5y4f

 

***

 

DS/VJ/KB


(रिलीज़ आईडी: 1798247) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam